Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিম্নবৰ্গৰ সহায়ক তথা নকল নবিচ নিযুক্তি

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিম্নবৰ্গৰ সহায়ক তথা নকল নবিচ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2021 11:57 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্নবৰ্গৰ সহায়ক তথা নকল নবিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰে।


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাকৰি

বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

নিম্নবৰ্গৰ সহায়ক তথা নকল নবিচ

খালী পদ

২৩৭ টা।

জিলা অনুসৰি খালী পদ :

বাক্সা: ১টা

বৰপেটা :১১টা

বঙাইগাঁও : ৫টা

কাচাৰ :১৯টা

চিৰাংঃ

দৰং: ৮টা

ধেমাজি: ১টা

ধুবুৰী: ১১ টা

ডিব্ৰুগড়: ৫ টা

#ডিমা হাছাও: ১০টা।

গোৱালপাৰা:৪ টা

গোলাঘাটঃ১৩টা

হাইলাকান্দি: ৯টা

যোৰহাট: ৪টা

কামৰূপ (ম): ৩০টা।

কামৰূপ (গ্ৰাম্য): ১৩টা।

কাৰ্বি আংলং:৪ টা

কৰিমগঞ্জঃ ৫টা।

কোকৰাঝাৰ: ৬ টা

লখিমপুৰঃ ৮ টা

মৰিগাঁও: ১৩ টা

নগাঁও: ১২টা

নলবাৰী: ১৩টা।

শিৱসাগৰ: ৭টা

শোণিতপুৰ: ১৩টা

তিনিচুকীয়া: ৬টা।

ওদালগুৰি: ২টা।

বয়সৰ সীমা

১৮ ৰ পৰা ৪০ বছৰ। অ বি চি-এম অ বি চিঃ ১৮ ৰ পৰা ৪৩, এছ চি-এছ টিঃ ১৮-৪৫ বছৰ। পি ডব্লিউ ডিঃ ১৮-৫০ বছৰ।

দৰমহা

প্ৰতি মাহে ১৪,০০০-৬০,৫০০টকা। গ্ৰেড পে ৬,২০০টকা।

নিযুক্তি

অসমত

অনলাইন আবেদনৰ অন্তিম তাৰিখ

৩১-১০- ২০২১ৰ সন্ধিয়া ৫ বজা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। কম্পিউটাৰৰ ন্যূনতম তিনি মহীয়া ডিপ্লোমা থাকিব লাগিব। অসমৰ চৰকাৰী ভাষা জানিব লাগিব। অসমৰ চৰকাৰী ভাষাৰ জ্ঞান থাকিব লাগিব। তদুপৰি প্ৰাৰ্থীৰ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰ থাকিব লাগিব।

আবেদনৰ মাচুলঃ এছ চি/ এছ টি: ১৫০ টকা/-

# বিশেষভাবে সক্ষম: নাই l

# অন্যান্য: ৩০০ টকা।-

প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৱেবছাইটৰ পৰা আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি