Begin typing your search above and press return to search.
ছিষ্টেম সহায়ক নিযুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আবেদন আহ্বান
ছিষ্টেম সহায়ক নিযুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন বিচাৰিছে ৷

খালী পদৰ সংখ্যাঃ ৬টা ৷
দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা ৷
নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪/০৬/২০২০ ৷
বয়সৰ সীমাঃ অনুসূচিত জনজাতি(এছ টি-ভৈয়াম): ২১ৰ পৰা ৪৩বছৰ ৷ এছ টি(পাহাৰীয়া): ৪৩বছৰ ৷ শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীঃ ২১ৰ পৰা ৩৮বছৰ ৷
সবিশেষ জানিবলৈ http://ghconline.nic.in/Recruitment/Notification-29-05-2020.pdf চাওক।
Next Story