উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত নিয়োগ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহযোগী নিয়োগৰ বাবে আবেদন বিচৰা হৈছে।
উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত নিয়োগ
Published on: 

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ২৫হেজাৰ টকা।

নিয়োগৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

সবিশেষ জানিবলৈ http://ghconline.nic.in/Recruitment/Notification-26-06-2020.pdf চাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com