Begin typing your search above and press return to search.

উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত নিয়োগ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহযোগী নিয়োগৰ বাবে আবেদন বিচৰা হৈছে।

উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত নিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2020 12:13 PM GMT

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ২৫হেজাৰ টকা।

নিয়োগৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

সবিশেষ জানিবলৈ http://ghconline.nic.in/Recruitment/Notification-26-06-2020.pdf চাওক।

Next Story