Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৱেষণা সহযোগী নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৱেষণা সহযোগী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2020 3:03 PM GMT

খালী পদৰ সংখ্যাঃ ৪টা।

এই নিয়োগ উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত হ'ব।

নিয়োজিত কৰিবলগীয়া প্ৰকল্পৰ নামঃ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত আইন।

এই নিয়োগ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত হ'ব। দৰমহাঃ মাহিলীঃ ২৫হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীকহে সাক্ষাত্কাৰলৈ মতা হ'ব। সাক্ষাতকাৰত অৱতীৰ্ণ হওঁতে প্ৰাৰ্থীক কোনো টি এ আৰু ডি এ প্ৰদান কৰা নহ'ব।

আবেদনঃ বিশদ বায়োডাটাসহ আবেদন lawresearch.ghc@gmail.comলৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০ জুলাই, ২০২০। নিযুক্তি সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিক ৬ মাহৰ বাবে হ'ব।

আৰু চাব পাৰেঃ বিভিন্ন বিভাগৰ অধ্যাপক নিযুক্তিৰ বাবে প্ৰাগজ্যোতিষ কলেজৰ আবেদন আহ্বান

Next Story
চাকৰি