Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী, অনলাইন আবেদন আহ্বান

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী,  অনলাইন আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2021 12:27 PM GMT

ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ৰ মনঃপূত হোৱাৰ পাছতেই ভাৰতৰ বৰলাটে, ১৯৪৮ চনৰ মাৰ্চ ০১ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰে। পূৰ্বতে ইয়াৰ প্ৰধান লক্ষ্য আছিল তেতিয়া অসম প্ৰদেশৰ চোৱাচিতা কৰা। ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় হিচাপে জনা গৈছিল, কিন্তু পৰবৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চল অঞ্চল অধিনিয়ম ১৯৭১ অধীনত ইয়াক গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে পুনঃ নামাকৰণ কৰা হৈছিল।

খালী পদসমূহঃ

অসংৰক্ষিত. : ১৫১

অনুসূচীত জাতি : ১৫

অনুসূচিত জনজাতি (প্লেয়ন) : ২১

অনুসূচিত জনজাতি (পাহাৰ) : ০৮.

পি. দাব্লিউ. ডি. : ০

অ. বি. চি./ এম.অ. বি. চি. : ৪২

বাক্সা : ০১

বৰপেটা : ১১

বঙাইগাঁও : ০৫

কাছাৰ : ১০

দৰং : ০৮

ধেমাজি : ০১

ধুবুৰী : ১১

ডিব্ৰুগড় : ০৫

ডিমা - হাছাও : ১০

গোৱালপাৰা : ০৪

গোলাঘাট : ১৩

হাইলাকান্দি : ০৯

যোৰহাট : ০৪

কামৰূপ (এম) : ১৩

কাৰ্বি আংলং : ০৪

কৰিমগঞ্জ : ০৫

কোকৰাঝাৰ : ০৬

লখিমপুৰ : ০৮

মৰিগাঁও : ১৩

নগাঁও : ১২

নলবাৰী : ১৩

শিৱসাগৰ : ০৭

শোণিতপুৰ : ১৩

তিনিচুকীয়া : ০৬

ওদালগুৰি : ০২

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে অৰ্হতা :

বয়সৰ সীমা :

ইউ. আৰ. : ১৮ - ৪০বছৰ

অ. বি. চি./ এম.অ. বি. চি : ১৮ - ৪৩বছৰ

অনুসূচিত জাতি/ জনজাতি : ১৮ - ৪৫বছৰ

পি. দাব্লিউ. ডি. : ১৮ - ৫০বছৰ

শিক্ষাগত অৰ্হতা :

• ইউ. জি. চি. দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত গ্ৰেজুৱেট হ'ব লাগিব।

• নূন্যতম ৩মাহ সময়সীমাৰ কম্পিউটাৰ জ্ঞান প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।

ৰাজভাষা ব্যুৎপত্তি :

ইচ্ছুক প্ৰাৰ্থীৰ অসমৰ চৰকাৰৰ ৰাজভাষাৰ (অসমীয়া) জ্ঞান থাকিব লাগিব।

নিয়োগ-বিনিময় মানপত্ৰ :

ইচ্ছুক প্ৰাৰ্থীৰ অসম চৰকাৰৰ অধীনত থকা নিয়োগ-বিনিময় কেন্দ্ৰৰ মানপত্ৰৰ পঞ্জীয়ন সংখ্যা থাকিব লাগিব।

আবেদনৰ মাছুল :

আবেদন দাখিল সময়ত প্ৰাৰ্থীয়ে উল্লেখিত মূল্যৰ মাছুল আদায় কৰিব লাগিব।

অনুসূচিত জাতি/ জনজাতি : ১৫০/- টকা

পি. দাব্লিউ. ডি. : নিল

বাকী : ৩০০/- টকা

আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন দাখিলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিনিয়োগ ৱেবচাইট পৰ্যবেক্ষণ কৰিব লাগিব। আৰু তলত উল্লেখিত নিয়মাৱলী মানিব লাগিব।

• তললৈ গৈ "ইম্পৰ্টেন্ত ৱেব" লিংক বিভাগলৈ যাওঁক

• "অনলাইন এপ্লিকেচন" ক্লিক কৰক। "নিউ ৰেজিষ্ট্ৰেচন"ত ক্লিক কৰি নিজৰ পঞ্জীয়ন সম্পূৰ্ণ কৰক।

• পৰবৰ্তী বিভাগত, "অনলাইন এপ্লিকেচন" ক্লিক কৰক আৰু লগ - ইণ কৰক।

• প্ৰয়োজনীয় তথ্য দাখিল কৰক আৰু প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰক।

• আবেদন মাছুল পৰিশোধ কৰক।

• জমা কৰণ আৰু আবেদনৰ এখন প্ৰতিলিপি সংগ্ৰহ কৰক।

নোট : প্ৰতিগৰাকী প্ৰাৰ্থীয়ে যিকোনো এখন জিলাৰ বাবে মাত্ৰ এখন আবেদন দাখিল কৰিব পাৰিব আৰু সেই আবেদনেই দুয়োটা পদৰ বাবে গ্ৰহণযোগ্য হ'ব।

গুৰত্বপূৰ্ণ তাৰিখ সমূহ :

• আবেদন দাখিলৰ আৰম্ভণি : ০১/১০/২০২১, বিয়লি ১২বজাৰ পৰা

• আবেদন দাখিলৰ অন্তিম তাৰিখ : ৩১/১০/২০২১, সন্ধ্যা ৫বজা লৈকে

• আবেদন মাছুল জমা কৰা অন্তিম তাৰিখ : ০৩/১১/২০২১ ( বেংকৰ লেন-দেনৰ সময়সমূহত)


আৰু চাব পাৰেঃ অসমৰ ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান

Next Story
চাকৰি