Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ক্লাৰ্ক নিযুক্তি

এই বিষয়ে তলত সবিশেষ তথ্য পাব ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ক্লাৰ্ক নিযুক্তি

RaktimBy : Raktim

  |  4 Sep 2021 11:19 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ে আইনী ক্লাৰ্ক (ল ক্লাৰ্ক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১২টা ৷

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ডৰ অধীনত এল এল বি ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব ৷

বয়সঃ ৪০-৫০ বছৰ ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৯-২০২১৷

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু অন্যান্য শ্ৰেণীঃ ৩০০ টকা ৷ এছ চি-এছ টিৰ ১৫০ টকা।

আবেদন জনাবলৈ ৱেবছাইটঃ ghconline.goc.in ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।


Next Story
চাকৰি