Begin typing your search above and press return to search.
গুৱাহাটী উচ্চ ন্যায়ালয়ত নিম্নবৰ্গৰ সহায়কৰ পদখালী
এই বিষয়ে অধিক তথ্য তলত পাব।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্নবৰ্গৰ সহায়ক(এল ডি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদঃ এল ডি এ।
নিযুক্তিৰ স্থানঃ ৰাজ্যৰ বিভিন্ন আদালতত।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক হব লাগিব। তদুপৰি ন্যূনতম তিনি মাহৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০ টকা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।
আবেদনৰ মাচুলঃ এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৫০ টকা। অন্যান্যৰ ক্ষেত্ৰত ৩০০ টকা । বিশেষভাবে সক্ষমৰ মাচুল নাই।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২১।
আগ্ৰহী প্ৰাৰ্থীসকলে ghconline.goc.in-ৰ পৰা অহা ৩১ অক্টোবৰলৈকে আবেদন জনাব পাৰিব।
Next Story