গুৱাহাটী উচ্চ ন্যায়ালয়ত গৱেষণা সহযোগী নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত গৱেষণা সহযোগী নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

সবিশেষ জানিবলৈ http://ghconline.nic.in/Recruitment/Notification-26-06-2020.pdfচাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com