Begin typing your search above and press return to search.
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদৰ নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদৰ নিযুক্তি ২০২০
স্থান: গুৱাহাটী
পদ সমূহ ক্ৰমে:
১) লেবৰটৰী টেকনেস্নিয়ান
পদৰ নাম: মেডিকেল টেকনেস্নিয়ান
পদ খালী: ০১
বয়স: বয়সৰ সময় সীমা নাই
শিক্ষাগত অর্হতা: উচ্ছ মাধ্যমিক উত্তীর্ণ হব লাগিব লগতে ডিপ্লমা লাগিব মেডিকেল লেবৰটৰী টেকনলজি।
অর্হতা: মেডিকেল লেবৰটৰি টেকনলজিৰ জ্ঞান থাকিব লাগিব
দৰমহা: ১৮,০০০/
আবেদন পদ্ধতি: ই মেইল যোগে ২৮ মে' আগত কৰিব লাগিব
অন্তিম তাৰিখ : 28-05-2020
Next Story