গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন পদত নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন পদত নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন পদত নিযুক্তি ২০২০

১)পদৰ নাম - অধ্যাপক

পদৰ সংখ্যা - ০৯

অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি

দৰমহা- ১,৪৪,২০০ ৰ পৰা ২,১৮,২০০

২) পদৰ নাম -সহযোগী অধ্যাপক

পদৰ সংখ্যা - ১৮

অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি

দৰমহা- ১,৩১,৪০০ ৰ‌ পৰা ২,১৭,১০০

৩) পদৰ নাম -সহকাৰী অধ্যাপক

পদৰ সংখ্যা ‌- ৩০

অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি

দৰমহা- ৫৭,৭০০ ৰ পৰা ১,৮২,৪০০

কেনেদৰে আবেদন জনাব- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলড কৰি উপযুক্ত নথি পত্ৰৰ সহায়ত ''the registrar , Gauhati University, guwahati 781014 "

অন্তিম তাৰিখ - ২৭-০৬-২০২০

অধিক জানিবৰ বাবে - click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com