Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ

গুৱাহাটী বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-13T17:25:39+05:30

পদৰ নামঃ সহযোগী অধ্যাপক।

খালী পদৰ সংখ্যাঃ ১৮টা।

দৰমহাঃ ১,৩১,৪০০ টকাৰ পৰা ২,১৭,১০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭.০৬.২০২০।

আবেদনৰ মাচুলঃ এছ বি আইৰ গুৱাহাটী বিশ্ববিদ্যালয় শাখাত প্ৰতিজন প্ৰাৰ্থীয়ে ডিমাণ্ড ড্ৰাফটয়োগে এহেজাৰ টকাকৈ (এছ চি আৰু এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টা) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ নামত প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট University website-www.gauhati.ac.in.চাওক।

Next Story