Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে:

গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 6:35 AM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ে গৱেষণা সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম- গৱেষণা সহযোগী ।

খালী পদ -১ টা ।

অৱস্থান -গুৱাহাটী, অসম ।

দৰমহা-৪৭,০০০/- টকা (প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ২২/০৯/২০২১

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা- প্ৰাৰ্থীগৰাকী স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আৱেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যক্ষ লনভেষ্টিগেটৰ অধ্যাপক বি তাঁতীলৈ প্ৰেৰণ কৰিব লাগিব, ইমেইল: btanti@gauhati.ac.in।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি