Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী, আন পদত নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী, আন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jun 2021 11:35 AM GMT

পদসমূহঃ

জ্যেষ্ঠ প্ৰকল্প সহযোগী(এছ পি এ)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী পৰিৱেশ বিজ্ঞান /অৰ্থনীতিত পি এইচ ডিধাৰী হব লাগিব অথবা চাৰি বছৰৰ গৱেষণাৰ অভিজ্ঞতাসহ(নেট/গেট উত্তীৰ্ণ) পৰিৱেশ বিজ্ঞান /পৰিৱেশ ব্যৱস্থাপনা/অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। remote sensing থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

দৰমহাঃ মাহিলী ৪২ হেজাৰ টকাসহ ১৬ শতাংশ ঘৰভাড়া বানচ।

প্ৰকল্প সহযোগী-১(PA-l)

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অৰ্থনীতি/ভূগোল/পশু চিকিত্সা বিজ্ঞান/কৃষি বিজ্ঞানৰ এম এ বা এম এছ চি হব লাগিব। লগতে গেট /নেট থাকিব লাগিব।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰভাড়া বানচ।

ক্ষেত্ৰ কৰ্মী ((FW)

খালী পদৰ সংখ্যাঃ ০৬টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰভাড়া বানচ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২১।

আবেদনন নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ বায়োডাটা অহা ০৮ জুলাইৰ ভিতৰত পোৱাকৈ dstgueco@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

তালিকাভুক্ত প্ৰাৰ্থীক সাক্ষাতকাৰলৈ মতা হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি