Begin typing your search above and press return to search.
মণিপুৰৰ সাধাৰণ প্ৰশাসন বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী
আগ্ৰহী প্ৰাথীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ তথ্য চাব পাৰে :
সাধাৰণ প্ৰশাসন বিভাগ মণিপুৰে শেহতীয়াকৈ ষ্টেনোগ্ৰাফাৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম - ষ্টেনোগ্ৰাফাৰ ।
খালী পদ-৪৭ টা ।
অৱস্থান- ইম্ফল, মণিপুৰ ।
দৰমহা নিয়ম অনুসৰি ।
আবেদনৰ অন্তিম তাৰিখ- ১৫/১০/২০২১
বয়স-৬৫ বছৰ ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে সাধাৰণ প্ৰশাসন বিভাগ ,মণিপুৰৰ চৰকাৰী জাননী অনুসৰি কৰিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাসম্প্ন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন প্ৰপত্ৰখন মণিপুৰৰ লাউঞ্জ, ৰাজ্যিক অতিথিশালা, চাঞ্জেনথং, ইম্ফললৈ প্ৰেৰণ কৰিব লাগিব ।
Next Story