গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাকিউটিকেল ছায়েন্স আজাৰাত পদখালী
পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাকিউটিকেল ছায়েন্স আজাৰা গুৱাহাটীত সহযোগী অধ্যাপকৰ খালী পদৰ বাবে এক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : সহযোগী অধ্যাপক, ফাৰ্মাকিউটিক্স।
পদ : ০১
বয়স : উল্লেখ নাই। দৰমহা : GIPS ৰ নিয়মাৱলী অনুসৰি
ঠিকনা : আজাৰা, গুৱাহাটী
অন্তিম তাৰিখ : ২৭/০৯/২০২১
অৰ্হতা :
এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ AICTE আৰু PCI ৰ নিয়মাৱলী অনুসৰি শিক্ষা অৰ্হতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
• ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ সম্পূৰ্ণ বায়ডাটা আৰু নিজ স্বাক্ষৰযুক্ত প্ৰয়োজনীয় নথিপত্ৰ সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।
• প্ৰাৰ্থীসকলে সাক্ষাৎকাৰ কৰ্তৃপক্ষৰ সন্মুখত নিজৰ প্ৰমাণ পত্ৰ সমূহৰ প্ৰকৃত কপিসমূহ জমা কৰিব লাগিব।
সাক্ষাৎকাৰজনিত তথ্য :
তাৰিখ : ২৭ ছেপ্টেমবৰ ২০২১
সময় : বিয়লি ৩বজাৰ পৰা
স্থান : গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাকিউটিকেল চায়েন্স (GIPS), আজাৰা, গুৱাহাটী - ৭৮১০১৭