Begin typing your search above and press return to search.

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সেছ, তেজপুৰত পদখালী

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সছে বিভিন্ন বিষয়ত সহযোগী অধ্যাপক নিযুক্তিৰ বাবে আবেদন জনাইছে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সেছ, তেজপুৰত পদখালী

RaktimBy : Raktim

  |  16 Aug 2021 8:43 AM GMT

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাকিউটিকেল ছায়েন্সছ, তেজপুৰে বিভিন্ন বিষয়ত সহযোগী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

পদৰ নাম : সহযোগী অধ্যাপক ( ফাৰ্মাকিউটিক্স, ফাৰ্ম. কেমিষ্ট্ৰী, ফাৰ্মাকলজি )

পদ : ০৭

ঠিকনা : তেজপুৰ, অসম

অন্তিম তাৰিখ : ১৭/৮/২০২১

অৰ্হতা :

এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ AICTE আৰু PCI ৰ অৰ্হতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন (CV) গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাকিউটিকেল চায়েন্স, তেজপুৰৰ মেইলত পঠিয়াব পাৰিব

মেইল : gipstezpur@gmail.com

Next Story