চাকৰি
গুৱাহাটী পৌৰ নিগমত (GMC), পদখালী
গুৱাহাটী পৌৰ নিগমত, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : গাণনিক - হিচাপৰক্ষণ আৰু MIS
খালী পদৰ সংখ্যা : ০২
দৰমহা : ৯০,০০০টকা, মাহিলী
নিযুক্তিৰ স্থান : গুৱাহাটী, অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২২/০৯/২০২১
কৰ্মব্যস্তৰ সময়সীমা : ১১মাহ
শিক্ষাগত অৰ্হতা : ইচ্ছুক প্ৰাৰ্থী CA ডিগ্ৰীধাৰী হ'ব লাগিব।
অভিজ্ঞতা : নূন্যতম ৩বছৰ ৰাজলেখ গাণনিকৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত লিংকৰ দ্বাৰা দাখিল কৰিব পাৰিব।
লিংক : https://services.gmcassam.in/application_portal3/new_jobseeker.php?I'd=10
আবেদনৰ সৈতে প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰিব লাগিব