গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পদখালী

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নিম্নোক্ত পদসমূহত নিয়োগৰ বাবে আবেদন বিচৰা হৈছে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পদখালী

পদসমূহঃ

ছিনিয়ৰ ৰিচাৰ্ছ ফেলো, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মাইক্ৰোবায়োলজী / লাইফ ছায়েন্স / বায়োটেকনোলজী অথবা তেনেধৰণৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে NET/GATE আৰু দুবছৰৰ গৱেষণাৰ অভিজ্ঞতা থাকিব লাগিব। molecular biology-ত দুবছৰৰ গৱেষণাৰ অভিজ্ঞতা বিচৰা হব পাৰে।

দৰমহাঃ মাহিলী ৩৫ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰ ভাড়া ভাট্টা।

জুনিয়ৰ ৰিচাৰ্ছ ফেলো, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মাইক্ৰোবায়োলজী / লাইফ ছায়েন্স / বায়োটেকনোলজী অথবা তেনেধৰণৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে NET/GATE আৰু থাকিব লাগিব। molecular biology-ত অভিজ্ঞতা বিচৰা হব পাৰে।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰ ভাড়া ভাট্টা।

লেব'ৰেটৰী টেকনিচিয়ান, খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিজ্ঞানৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে লেব'ৰেটৰী টেকনিচিয়ানৰ দুবছৰীয়া ডিপ্লোমা বা এবছৰীয়া ডিপ্লোমাসহ স্বীকৃতিপ্ৰাপ্ত লেবোৰেটৰীত কাম কৰাৰ এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা দুবছৰৰ ক্ষেত্ৰ /লেবোৰেটৰীত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩০ ৰ পৰা ৩৫ বছৰ।

আবেদনৰ প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাতকাৰ।

সাক্ষাতকাৰৰ তাৰিখঃ ০২/ ০৭/২০২১ৰ পুৱা ১০ বজাত।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

কাৰ্যালয়ৰ ঠিকনাঃ Department of Microbiology, 5th Floor, Narakasur Hill Top, Gauhati Medical College, Guwahati-781032, Assam।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com