Begin typing your search above and press return to search.

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জে আৰ এফ নিয়োগ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায়’লজী বিভাগে জুনিয়ৰ ৰিছাৰ্চ ফেল’ নিয়োগৰ বাবে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জে আৰ এফ নিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2020 11:50 AM GMT

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ মাহিলী ২৫হেজাৰ টকাৰ লগতে ৩০শতাংশ ঘৰভাড়া ৷ মুঠ ৩২, ৫০০টকা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাথমিক বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু নে'ট থাকিব লাগিব। অথবা বৃত্তিমূলক শিক্ষাৰ স্নৰতকোত্তৰ ডিগ্ৰী।

সাক্ষাৎকাৰঃ ২৫-০৯-২০২০ত ৷ সময়ঃ পুৱা ১০বজাৰ পৰা ৷ সাক্ষাৎকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত বায়'ডাটা আৰু শিক্ষাগত অৰ্হতাৰ মূল কপিসমূহ আনিব লাগিব ৷

সাক্ষাৎকাৰস্থলীৰ ঠিকনাঃ

সাক্ষাৎকাৰৰ তাৰিখঃ ২৫-০৯-২০২০৷

Next Story