গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জে আৰ এফ নিয়োগ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায়’লজী বিভাগে জুনিয়ৰ ৰিছাৰ্চ ফেল’ নিয়োগৰ বাবে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জে আৰ এফ নিয়োগ

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ মাহিলী ২৫হেজাৰ টকাৰ লগতে ৩০শতাংশ ঘৰভাড়া ৷ মুঠ ৩২, ৫০০টকা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাথমিক বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু নে'ট থাকিব লাগিব। অথবা বৃত্তিমূলক শিক্ষাৰ স্নৰতকোত্তৰ ডিগ্ৰী।

সাক্ষাৎকাৰঃ ২৫-০৯-২০২০ত ৷ সময়ঃ পুৱা ১০বজাৰ পৰা ৷ সাক্ষাৎকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত বায়'ডাটা আৰু শিক্ষাগত অৰ্হতাৰ মূল কপিসমূহ আনিব লাগিব ৷

সাক্ষাৎকাৰস্থলীৰ ঠিকনাঃ

সাক্ষাৎকাৰৰ তাৰিখঃ ২৫-০৯-২০২০৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com