হায়াত হাস্পতাল, গুৱাহাটীত গ্ৰাফিক ডিজাইনাৰৰ পদ খালী
এই পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ

গুৱাহাটীৰ হায়াত হাস্পতালৰ বিষয়ে : গুৱাহাটীৰ হায়াত হাস্পতাল হৈছে উত্তৰ-পূবৰ এখন আগশাৰীৰ চিকিত্সালয়। এই হাস্পতালত বিশেষজ্ঞ চিকিত্সক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী, অভিজ্ঞ আৰু প্ৰশিক্ষিত হেলথকেয়াৰ মেনেজাৰ আদি আছে। ইয়াৰ জৰিয়তে ইয়ে প্ৰতিষ্ঠা অৰ্জন কৰিছে।
হায়াত হাস্পতালে শেহতীয়াভাবে গুৱাহাটীত গ্ৰাফিক ডিজাইনাৰৰ ২ টা পদত নিযুক্তিৰ বাবে মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
হায়াত হাস্পতালত পদখালী : হায়াত হাস্পতালে শেহতীয়াভাবে গুৱাহাটীত গ্ৰাফিক ডিজাইনাৰৰ ২ টা পদত নিযুক্তিৰ বাবে মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠানত পদ খালী | |
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | গ্ৰাফিক ডিজাইনাৰ (মহিলা) |
খালী পদৰ সংখ্যা | ২ টা। |
স্থান | গুৱাহাটী, অসম. |
বয়স | উল্লেখ নাই। |
দৰমহা | নিয়ম অনুসৰি। |
অন্তিম তাৰিখ | ২৬ /১১/২০২১ |
আবেদন প্ৰক্ৰিয়া | ই-মেইল। |
শিক্ষাগত অৰ্হতা :
২) গ্ৰাফিক ডিজাইনাৰঃ বি এ / বি এছ চি। ন্যূনতম অভিজ্ঞতা: গ্ৰাফিক ডিজাইনিং আৰু Illustrator, Adobe Photoshop, Adobe after effects, Adobe Premiere Pro, Graphics, Motion Graphic Designing Developing marketing & Design Collaterals, Developing Graphic video for social media Platforms & Digital Marketing-ত ২-৩ বছৰৰ অভিজ্ঞতা।
আবেদন প্ৰক্ৰিয়া :
আগ্ৰহী প্ৰাৰ্থীয়ে recruitment@hayathospital.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।
আৰু চাব পাৰে :মুখ্য ন্যায়িক দণ্ডাধীশ কামৰূপ নিযুক্তি ২০২১ - ০৩টা পিয়ন পদখালী