চাকৰি
গুৱাহাটীৰ হায়াট হাস্পতালত গ্ৰাফিক ডিজাইনাৰৰ পদখালী
গুৱাহাটীৰ হায়াট হাস্পতালে গ্ৰাফিক ডিজাইনাৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
গুৱাহাটীৰ হায়াট হাস্পতালে গ্ৰাফিক ডিজাইনাৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জমা দিবলৈ অনুৰোধ জনোৱা হ'ল।
এই পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : গ্ৰাফিক ডিজাইনাৰ
পদ : ০৪
ঠিকনা : গুৱাহাটী, অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৭/৮/২০২১
অৰ্হতা :
• যিকোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰধাৰী হ'ব লাগিব আৰু লগতে গ্ৰাফিক ডিজাইনিংত স্পেচিয়েল কৰ্চ কৰা হ'ব লাগিব।
• গ্ৰাফিক ডিজাইনিং আৰু প্ৰগতিশীল ২ - ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন (CV) হায়াট চিকিৎসালয়ৰ মেইলত পঠিয়াব পাৰিব
মেইল : @hayathospital.in