হায়াট চিকিৎসালয়, গুৱাহাটীত, পদখালী

হায়াট চিকিৎসালয়, গুৱাহাটীত, প্ৰবন্ধক আৰু ষ্টাফ সেৱিকাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
হায়াট চিকিৎসালয়, গুৱাহাটীত, পদখালী
Published on: 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰবন্ধক

খালী পদৰ সংখ্যা : ০২

পদৰ নাম : ষ্টাফ সেৱিকা

খালী পদৰ সংখ্যা : ৩০

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : ই- মেইল

শিক্ষাগত অৰ্হতা :

প্ৰবন্ধক : MBA/ ডিগ্ৰীধাৰী লগতে স্বাস্থ্য সেৱা অনুষ্ঠান/ চিকিৎসা অনুষ্ঠানত অভিজ্ঞ।

অভিজ্ঞতা : ৬ - ৭বছৰ

ষ্টাফ সেৱিকা : ইচ্ছুক প্ৰাৰ্থী B. Sc নাৰ্ছিং/ GNM ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা : ১ - ২বছৰ

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাটা) মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : recruitment@hayathospital.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com