গুৱাহাটীৰ হায়াত হাস্পতালত মাৰ্কেটিং এক্সিকিউটিভৰ প্ৰয়োজন

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
গুৱাহাটীৰ হায়াত হাস্পতালত মাৰ্কেটিং এক্সিকিউটিভৰ প্ৰয়োজন

গুৱাহাটীৰ হায়াত চুপাৰস্পেচিয়েলিটি হাস্পতালত ৩ টা মাৰ্কেটিং এক্সিকিউটিভ পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম - মাৰ্কেটিং এক্সিকিউটিভ ।

খালী পদ-৩টা ।

বয়স উল্লেখ কৰা হোৱা নাই ।

দৰমহা- যোগ্য প্ৰাৰ্থীৰ বাবে কোনো সীমা নাই ।

ঠিকনা-গুৱাহাটী, অসম ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখঃ ৩০/০৮/২০২১ ।

আবেদন প্ৰক্ৰিয়া - ই-মেইল ।

শিক্ষাগত অৰ্হতা/যোগ্যতা-এম.বি.এ. / স্নাতক। (পুৰুষ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব) ১-২বছৰ (স্বাস্থ্য সেৱা / ফাৰ্মা মাৰ্কেটিঙৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব)।

ভাষাৰ দক্ষতা: মাৰোৱাৰী /হিন্দী/ ইংৰাজী।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী প্ৰাৰ্থীসকলে  বায়োডাটা recruitment@hayathospital.in লৈ প্ৰেৰণ কৰিব পাৰে। 

বাছনি প্ৰক্ৰিয়া- সাক্ষাৎকাৰত ভিত্তি কৰি বাছনি কৰা হ'ব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com