Begin typing your search above and press return to search.

এইচ পি চি এলত গ্ৰেজুৱেট এপ্ৰেণ্টিচ ট্ৰেইনীৰ পদখালী

এইচ পি চি এলত গ্ৰেজুৱেট এপ্ৰেণ্টিচ ট্ৰেইনী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

এইচ পি চি এলত গ্ৰেজুৱেট এপ্ৰেণ্টিচ ট্ৰেইনীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2022 11:13 AM GMT


এইচ পি চি এলৰ বিষয়েঃ

হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড ( এইচ পি চি এল)-এ দেশৰ বাহিৰৰ স্থানত শক্তিখণ্ডত কাম কৰি আহিছে। মানুহৰ শক্তিৰ চাহিদা পূৰণৰ বাবে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে। ইয়াকে কৰোঁতে এইচ পি চি উদ্ভাৱনীমূলক প্ৰযুক্তি ব্যৱহাৰ কৰিআহিছে।

এইচ পি চি এলৰ মুখ্য় কাৰ্যালয় মুম্বাইত অৱস্থিত। ১৯৭৪-ত এইচ পি চি এন গঠন কৰা হয়। পূৰ্বৰ Esso Standard আৰু Lube India Limited-ক চামিল কৰি এইচ পি চি এল গঠন কৰা হয়। ১৯৭৬-ত এইচ পি চি এলক ভাৰত চৰকাৰে গ্ৰহণ কৰে।

এইচ পি চি এলত নিযুক্তিঃ ২০২২ঃ

এইচ পি চি এলে গ্ৰেজুৱেট এপ্ৰেণ্টিচ ট্ৰেইনী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

গ্ৰেজুৱেট এপ্ৰেণ্টিচ ।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

বয়সৰ সীমা

০৭-০১-২০২২-ত ১৮-ৰ পৰা ২৫ বছৰ।

দৰমহা

মাহিলী ২৫ হেজাৰ টকা।

চাকৰিৰ স্থান

বিশাখাপট্টনম, অন্ধ্ৰপ্ৰদেশ।

অন্তিম তাৰিখ

১৪ জানুৱাৰী ২০২২

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

ৱেবছাইটঃ hindustanpetroleum.com

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী। অভিযান্ত্ৰিকৰ সকলো ছেমিষ্টাৰ বা বৰ্ষত সাধাৰণ শ্ৰেণী/ এ বি চি-এন চিৰ প্ৰাৰ্থীয়ে ন্যূনতম ৬০ শতাংশ নম্বৰ আৰু এছ চি/ এছ টি/ বিশেষভাবে সক্ষম আদি প্ৰাৰ্থীয়ে ন্যূনতম ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

বয়সৰ ৰেহাইঃ

ও বি চি প্ৰাৰ্থীঃ ৩ বছৰ।

এছ চি- এছ টি প্ৰাৰ্থীঃ ৫ বছৰ।

বিশেষভাবে সক্ষম প্ৰাৰ্থীঃ ১০ বছৰ।


আবেদনৰ নিয়মঃ

প্ৰথমে, অফিচিয়েল ৱেবছাইট hindustanpetroleum.com চাওক।

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

নিৰ্দিষ্ট অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়)

আৰু অন্তিম তাৰিখৰ (১৪ জানুৱাৰী ২০২২) ভিতৰত পোৱাকৈ আবেদন পত্ৰ দাখিল কৰক আৰু আবেদন পত্ৰ নম্বৰ/স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰক।



আাৰু চাব পাৰে : এইমছ ৰাইবেৰেলীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

Next Story
চাকৰি