হেভী ইঞ্জিনীয়াৰিং লিমিটেডত প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

হেভী ইঞ্জিনীয়াৰিং নিগম লিমিটেডে প্ৰশিক্ষাৰ্থী(ট্ৰেইনী) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
হেভী ইঞ্জিনীয়াৰিং লিমিটেডত প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন
Published on

খালী পদৰ সংখ্যাঃ ১৬৫টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ ৰাঁচী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ মেধা ভিত্তিক।

আবেদনৰ নিয়মঃ সকলো তথ্য www.hecltd.com. /career page-ত উপলব্ধ হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com