হিন্দুস্তান এৰোনটিক্স লিমিটেডত সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়াৰ পদ খালী

হিন্দুস্তান এৰোনটিক্স লিমিটেডত ০২ টা সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া চাকৰিৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আৱেদন আমন্ত্ৰণ কৰা হৈছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
হিন্দুস্তান এৰোনটিক্স লিমিটেডত সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়াৰ পদ খালী
Published on: 

পদৰ নাম -সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া ।

খালী পদ-২ টা ।

দৰমহা- ৪৫২৪০০/- টকা ।

বয়স- ৬৫ বছৰ ।

আবেদন প্ৰক্ৰিয়া -অফলাইন ।

আবেদনৰ অন্তিম তাৰিখ- ২৮/০৯/২০২১ ।

অৱস্থান-সমগ্ৰ ভাৰতত ।

শিক্ষাগত অৰ্হতা-এম.বি.বি.এছ. (কমেও ১-২ বছৰৰ অভিজ্ঞতা) কম্পিউটাৰ এপ্লিকেচনৰ মৌলিক জ্ঞান বাঞ্ছনীয় ।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন জ্যেষ্ঠ প্ৰৱন্ধক (এইচআৰ)-নিযুক্তি শাখা, হিন্দুস্তান এৰোনটিক্স লিমিটেড, আনুষঙ্গিক বিভাগ, ফৈজাবাদ ৰোড, লক্ষ্ণৌলৈ প্ৰেৰণ কৰিব লাগিব – ২২৬০১৬ ।

বাছনি প্ৰক্ৰিয়া- সাক্ষাৎকাৰ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com