হোজাইৰ দুৰ্যোগ ব্যৱস্থাপনাত তথ্য সহকাৰী নিযুক্তি

হোজাই জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই তথ্য সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
হোজাইৰ দুৰ্যোগ ব্যৱস্থাপনাত তথ্য সহকাৰী নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

ইংৰাজী আৰু অসমীয়া কব আৰু লিখিবপৰা হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

আবেদন deoc.hojal@ gmail.comলৈ প্ৰেৰণ কৰিব পাৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com