অসমৰ হাউছফেডত বিভিন্ন ধৰণৰ পদখালী

অসম ৰাজ্যিক সমবায় হাউছিং ফেডাৰেচন(হাউছফেড)-ত খালী হোৱা নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
অসমৰ হাউছফেডত বিভিন্ন ধৰণৰ পদখালী
Published on: 

পদসমূহঃ

১) নিম্নবৰ্গৰ সহায়ক( এল ডি এ)।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক। তদুপৰি ন্যূনতম ছমহীয়া কম্পিউটাৰ ডিপ্লমা চাৰ্টিফিকেত থাকিব লাগিব।

অভিজ্ঞতাঃ সংশ্লিষ্ট কামত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

কনিষ্ঠ অভিযন্তা(বৈদ্যুতিক)ঃ

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক অভিযান্ত্ৰিকৰ ডিপ্লমা থাকিব লাগিব।

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সাক্ষাতকাৰঃ

এল ডি এঃ ২৬-০৯-২০২০ৰ পুৱা ১০ বজাত সাক্ষাতকাৰ অনুষ্ঠিত হব।

কনিষ্ঠ অভিযন্তাঃ ২৭-০৯-২০২০ত সাক্ষাতকাৰ অনুষ্ঠিত হব।

সাক্ষাতকাৰৰ স্থানঃ HOUSEFED office, 4th Floor, West End Building, Housefed Complex, Dispur, Guwahati-781006।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com