Begin typing your search above and press return to search.

IACS-ত গৱেষণা সহযোগীৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

IACS-ত গৱেষণা সহযোগীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2021 10:33 AM GMT


ভাৰতীয় কৰ্ষণ বিজ্ঞান সন্থা (IACS)-এ গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদৰ নামঃ গৱেষণা সহযোগী।

পদঃ বিভিন্ন।

নিয়ুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

দৰমহাঃ IACS-ৰ নিয়ম অনুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-১০-২০২১।

বয়সৰ সীমাঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ http://iacs.res.in/index/index.html।

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানৰ পি এইচ ডি। তদুপৰি synthetic porphyrin chemistry, mechanistic investigations using electrochemical methods-ত অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ আবেদন পত্ৰ অহা ২৫ অক্টোবৰৰ ভিতৰত পোৱাকৈ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ icad@iacs.res.in-লৈ প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি