IACS-ত গৱেষণা সহযোগীৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
IACS-ত গৱেষণা সহযোগীৰ পদ খালী
Published on

ভাৰতীয় কৰ্ষণ বিজ্ঞান সন্থা (IACS)-এ গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নামঃ গৱেষণা সহযোগী। 

পদঃ বিভিন্ন। 

নিয়ুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত। 

দৰমহাঃ  IACS-ৰ নিয়ম অনুসৰি। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-১০-২০২১।

বয়সৰ সীমাঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ  http://iacs.res.in/index/index.html। 

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানৰ পি এইচ ডি। তদুপৰি synthetic porphyrin chemistry, mechanistic investigations using electrochemical methods-ত অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ আবেদন পত্ৰ অহা ২৫ অক্টোবৰৰ ভিতৰত পোৱাকৈ  প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ icad@iacs.res.in-লৈ প্ৰেৰণ কৰিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com