ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিষয়ে:
পুশা (Pusha) প্ৰতিষ্ঠান নামেৰে জনাজাত ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠানৰ যাত্ৰা আৰম্ভ হয় ১৯০৫ চনত বিহাৰৰ পুশা (বিহাৰত)-ৰ পৰা । এই প্ৰতিষ্ঠানত ৫টা বিভাগৰ কাম চোৱাচিতা কৰা হয়। সেয়া হ'ল, কৃষি, পশু পালন, অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু ভেঁকুৰ বিজ্ঞান।
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত পদখালী :
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত শেহতীয়াভাবে ০১গৰাকী যুৱ পেচাদাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠানত পদ খালী | |
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | যুৱ পেচাদাৰী-০১ |
খালী পদৰ সংখ্যা | ০১টা। |
নিযুক্তিৰ স্থান | সমগ্ৰ ভাৰতত। |
বয়স | ২১ - ৪৫বছৰ। |
দৰমহা | ২৫,০০০টকা (মাহিলী)। |
অন্তিম তাৰিখ | ২২/১১/২০২১ |
ৱেবচাইট | iari.res.in |
ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠানৰ খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :
• চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ভাল নম্বৰসহ যিকোনো বিভাগত স্নাতক ডিগ্ৰী।
• কম্পিউটাৰ জ্ঞান আৰু MS অফিচৰ অৰ্হতা থকা আকাংক্ষিত।
• কৰ্ম অভিজ্ঞতা; শস্য/ গছপুলি ৰোপণ আদিত।
• কৃষি/ উদ্ভিদ বিজ্ঞান ক্ষেত্ৰ/ গৱেষণা কৰ্ম।
আবেদন প্ৰক্ৰিয়া :
এই পদত আবেদন দাখিল কৰিবৰ কাৰণে প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথি-পত্ৰসহ মৌখিক সাক্ষাৎকাৰৰ বাবে নিম্নোক্ত ঠিকনাত উপস্থিত হ'ব লাগিব।
ঠিকনা : শস্য বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা খণ্ড, ICAR - ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠান, নতুন দিল্লী ১১০০১২
তাৰিখ : ২২ নৱেম্বৰ ২০২১
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।