ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত গাণনিক প্ৰশাসকৰ পদখালী

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত গাণনিক প্ৰশাসকৰ পদখালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

IARI য়ে শেহতীয়াকৈ গাণনিক প্ৰশাসকৰ খালী পদত নিযুক্তিৰ বাবে চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে।  

পদৰ নাম- গাণনিক প্ৰশাসক ।

খালী পদ-১ টা ।

স্থান-সমগ্ৰ ভাৰতত ।

দৰমহা- ২৫,০০০/- টকা মাহিলী ।

আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১

বয়স-৪০ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত ফৰ্মেটত ই-মেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে, সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ৮ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে career@pusakrishi.in ইমেইল কৰিব পাৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com