Begin typing your search above and press return to search.
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত গাণনিক প্ৰশাসকৰ পদখালী
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

IARI য়ে শেহতীয়াকৈ গাণনিক প্ৰশাসকৰ খালী পদত নিযুক্তিৰ বাবে চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে।
পদৰ নাম- গাণনিক প্ৰশাসক ।
খালী পদ-১ টা ।
স্থান-সমগ্ৰ ভাৰতত ।
দৰমহা- ২৫,০০০/- টকা মাহিলী ।
আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১
বয়স-৪০ বছৰ ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত ফৰ্মেটত ই-মেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে, সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ৮ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে career@pusakrishi.in ইমেইল কৰিব পাৰে ।
Next Story