Begin typing your search above and press return to search.

আইএএছএছটিত নিৰাপত্তা বিষয়াৰ পদখালী

অসমৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকনোলজীয়ে নিৰাপত্তা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আইএএছএছটিত নিৰাপত্তা বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2021 6:26 AM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬২বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৭-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

অৰ্হতাঃ ন্যূনতম সহকাৰী কমাণ্ডেণ্ট পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত চি আই এছ এফৰ কৰ্মী।

আবেদনৰ নিয়মঃ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ Registrar, IASST, Paschim Boragaon, Garchuk, Guwahati–35লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি