IASST Guwahati-ত কাৰিকৰী সহায়কৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:
IASST Guwahati-ত কাৰিকৰী সহায়কৰ পদখালী

ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডীজ ইন ছায়েন্স এণ্ড টেকনোলজীৰ বিযয়েঃ গুৱাহাটীস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডীজ ইন ছায়েন্স এণ্ড টেকনোলজী হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ এখনি আগশাৰীৰ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠান।আৰম্ভণিতে এই প্ৰতিষ্ঠানৰ গুৰি ধৰে অসম বিজ্ঞান সমাজে। ইয়াৰ  উদ্ধোধন কৰিছিল ডৰথী চি. হদকিঙে ১৯৭৯ চনৰ ০৩ নৱেম্বৰত। পৰবৰ্তী সময়ত ইয়ালৈ একমাত্ৰ স্বায়ত্ব-শাসিত গৱেষণা আৰু উন্নয়ন অনুষ্ঠান হিচাপে মাৰ্চ ২০০৯চন লৈকে ৰাজ্য চৰকাৰৰ পৰা সহযোগিতা আগবঢ়ায়। তাৰ পাছতেই এই অনুষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ হাতলৈ যায়।

ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডীজ ইন ছায়েন্স এণ্ড টেকনোলজী গুৱাহাটীয়ে, এটা কাৰিকৰী সহায়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।   ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

এই পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা  হৈছে। 

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদ 

কাৰিকৰী সহায়ক। 

খালী পদ 

০১ টা। 

বয়স

২৮ বছৰ

দৰমহা 

মাহিলী ২০ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰভাড়া। 

আবেদন প্ৰক্ৰিয়া

অনলাইন

ৱেবচাইট

https://iasst.gov.in/


 শিক্ষাগত অৰ্হতা :

• প্ৰাৰ্থী জীৱন বিজ্ঞানৰ কোনো এটা শাখাত বি এছ চি হব লাগিব। লগতে কাঠফুলা কৰ্ষণৰ অভিজ্ঞতা থাকিব লাগিব। জীৱন বিজ্ঞানৰ এম এছ চি। 

আবেদনৰ নিয়মঃ ১৬ নৱেম্বৰৰ ভিতৰত আই এ এছ এছ টিৰ ৱেবছাইটৰ পৰা আবেদন জনাব লাগিব। 

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীক টি এ-ডি এ প্ৰদান কৰা নহব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com