IASST-গুৱাহাটীত সহযোগী অধ্যাপকৰ পদ খালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে:
IASST-গুৱাহাটীত সহযোগী অধ্যাপকৰ পদ খালী
Published on

IASST-গুৱাহাটীয়ে নিম্নোক্ত সহযোগী অধ্যাপক পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

) সহযোগী অধ্যাপক-২।

খালী পদৰ সংখ্যাঃ খালী পদৰ সংখ্যা ঃ ১টা। 

বয়সৰ সীমাঃ ৫০ বছৰ। 

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীসহ প্ৰাণী বিজ্ঞান বা জীৱন বিজ্ঞান বা পতংগবিদ্যা বা বায়োটেকনোলজীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰ্থী ৰেচন বিজ্ঞানত পি এইচ ডি কৰা হব লাগিব। পি এইচ ডি কৰাৰ পাছত ন্যূনতম ১০ বছৰ শিক্ষাদানৰ অভিজ্ঞতা থাকিব লাগিব। 

দৰমহাঃ ১, ২৩, ১০০ টকাৰ পৰা ২, ১৫, ৯০০টকা। 

২) সহযোগী অধ্যাপক-২।

খালী পদৰ সংখ্যাঃ খালী পদৰ সংখ্যা ঃ ১টা। পদটো এছ চি প্ৰাৰ্থীৰ বাবে। 

বয়সৰ সীমাঃ ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীসহ  জীৱন বিজ্ঞান শখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰ্থী প্ৰায়োগিক মাইক্ৰোবায়োলজী বা ইণ্ডাষ্ট্ৰিয়েল মাইক্ৰোবায়োলজীত পি এইচ ডি কৰা হব লাগিব। পি এইচ ডি কৰাৰ পাছত ন্যূনতম ১০ বছৰ শিক্ষাদানৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ ১, ২৩, ১০০ টকাৰ পৰা ২, ১৫, ৯০০টকা। 

২) সহযোগী অধ্যাপক-১।

খালী পদৰ সংখ্যাঃ খালী পদৰ সংখ্যা ঃ ১টা। পদটো অসংৰক্ষিত। 

বয়সৰ সীমাঃ ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীসহ ফাৰ্শমাকোলজী শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰ্থী ফাৰ্মাকোলজীত  পি এইচ ডি কৰা হব লাগিব। পি এইচ ডি কৰাৰ পাছত ন্যূনতম ৮ বছৰ শিক্ষাদানৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ ৭৮,৮০০ টকাৰ পৰা ২, ০৯, ২০০টকা। 

আবেদনৰ মাচুলঃ অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে অ-প্ৰত্যৰ্পিত ১০০০টকাৰ আবেদন মাচুল দিব লাগিব। কেৱল অনলাইনযোগে আবেদন মাচুল দিব লাগিব। 

নিযুক্তিৰ স্থানঃ গুৱাহাটী। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-১১-২০২১। 

আবেদন পত্ৰ পূৰণৰ পূৰ্বে https://iasst.gov.in চাব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com