Begin typing your search above and press return to search.

IASST-ত পৰীক্ষাগাৰ সহায়কৰ প্ৰয়োজন

এই বিষয়ে তলত সবিশেষ তথ্য পাব।

IASST-ত পৰীক্ষাগাৰ সহায়কৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2021 11:28 AM GMT

ইনষ্টিটিউট অৱ এডজভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকনোলজী (IASST)-এ পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদ

পৰীক্ষাগাৰ সহায়ক।

খালী পদৰ সংখ্যাঃ ০১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, অসম।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-১০-২০২১।

বয়সৰ সীমাঃ উল্লেখ নাই।

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি এছ চি ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব।

আবেদন মাচুলঃ তথ্য উপলব্ধ নহয়।

প্ৰাৰ্থীয়ে IASST official website iasst.gov.inৰ পৰা ২৩-০৯-২০২১ৰ পৰা 0৬ অক্টোবৰ,-২০২১লৈ আবেদন জনাব পাৰে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি