চাকৰি
ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্স এণ্ড টেকনোলজী ( IASST )-ত পদখালী
পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্স এণ্ড টেকনোলজী গৱেষণাগাৰ সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
এডভান্সড
পদৰ নাম : গৱেষণাগাৰ সহকাৰী
খালী পদৰ সংখ্যা : ০১
বয়স : উল্লেখিত নাই
দৰমহা : ২০,০০০টকা ( মাহিলী)
ঠিকনা : গুৱাহাটী, অসম
অন্তিম তাৰিখ : ০৬/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা B. Sc কৰা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট জৰিয়তে নিজৰ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।
ৱেবছাইট : iasst.gov.in

