Begin typing your search above and press return to search.

ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্স এণ্ড টেকনোলজী ( IASST )-ত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্স এণ্ড টেকনোলজী ( IASST )-ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2021 7:54 AM GMT

ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্স এণ্ড টেকনোলজী গৱেষণাগাৰ সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

এডভান্সড

পদৰ নাম : গৱেষণাগাৰ সহকাৰী

খালী পদৰ সংখ্যা : ০১

বয়স : উল্লেখিত নাই

দৰমহা : ২০,০০০টকা ( মাহিলী)

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০৬/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা B. Sc কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট জৰিয়তে নিজৰ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

ৱেবছাইট : iasst.gov.in

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি