Begin typing your search above and press return to search.
ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্সছ এণ্ড টেকন'লজীত পদখালী
ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন’লজী, গুৱাহাটীয়ে নিৰাপত্তা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

By :
ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন'লজী, গুৱাহাটীয়ে নিৰাপত্তা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
পদৰ নাম : নিৰাপত্তা বিষয়া ৷
পদ : ০১
ঠিকনা : গুৱাহাটী, অসম
অন্তিম তাৰিখ : ১৯/৮/২০২১
বয়স : ৬২ বছৰ
অৰ্হতা : এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ ১৯ আগষ্ট ২০২১ তাৰিখৰ পূৰ্বে "পঞ্জীয়ক, ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন'লজী, পশ্চিম বৰাগাওঁ, গড়চুক, গুৱাহাটী - ৩৫ অসমলৈ পঠিয়াব লাগিব।
Next Story