Begin typing your search above and press return to search.

আই বি পি এছৰ ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন

তলত এই পদৰ সবিশেষ তথ্য পাব।

আই বি পি এছৰ ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2021 11:35 AM GMT


আই বি পি এছৰ ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছ'নেল ৰিকুইটমেণ্ট (আই বি পি এছ)-এ ক্লাৰ্ক নিযুক্তিৰ পৰীক্ষাৰ আয়োজন কৰিছে। ক্লাৰিকেল কেডাৰত ৫,৮৩০টা পদত নিযুক্তিৰ বাবে উমৈহতীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হব পাৰে। অনলাইনয়োগে প্ৰাৰ্থীয়ে আবেদন জনাব পাৰে।

আই বি পি এচৰ পৰীক্ষা

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

ক্লাৰ্ক।

খালী পদ

৫, ৮৩০টা। অসমৰ বাবে ১৫৬ টা।

বয়স

০১-০৭-২০২১ত ২০-ৰ পৰা ২৮ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

দৰমহা


আবেদনৰ মাচুল

৮৫০ টকা। এছ চি-এছ চি, প্ৰাক্তন সৈনিক, বিশেষবভাবে সক্ষমৰ ক্ষেত্ৰত ১৭৫ টকা।

আবেদনৰ অন্তিম তাৰিখ

২৭-১০-২০২১

শিক্ষাগত অৰ্হতা আৰু যোগ্যতাৰ চৰ্ত: যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। কম্পিউটাৰৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা হব লাগিব। সংশ্লিষ্ট ৰাজ্যৰ ভাষাত ব্যুত্পত্তি থাকিব লাগিব।

লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।

আৰু চাব পাৰেঃ এ.আই.আই.ডি.চিত প্ৰবন্ধক আৰু আন পদ খালী

Next Story
চাকৰি