আই বি পি এছৰ স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন

এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত পাব।
আই বি পি এছৰ স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন
Published on

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছ'নেল ছিলেকচনে স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ খালী পদৰ সংখ্যা ১৮২৮ টা।

এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত পাব। 

পদসমূহঃ 

আই টি বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ২২০টা। 

কৃষি ক্ষেত্ৰ বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৮৮৪টা। 

ৰাজভাষা অধিকাৰী (স্েকল-১), খালী পদৰ সংখ্যাঃ ৮৪টা। 

আইন বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৪৪টা। 

এইচ আৰ বা কৰ্মচাৰী বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৬১টা। 

বিপণন বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৫৩৫টা। 

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ৩০ ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ, এছ চি- এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব। 

আবেদনৰ মাচুলঃ 

# এছ চি/এছ টি/পি বি ডব্লিউ ডিঃ ১৭৫ টকা/– (জি এছ টিকে ধৰি)

# অন্যান্য ৮৫০ টকা (জি এছ টিকে ধৰি)

#পৰিশোধৰ পদ্ধতি: ইনলাইন। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com