Begin typing your search above and press return to search.
আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন
এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হল।

আই বি পি এছে প্ৰবেচনাৰী বিষয়া/মেনেজমেণ্ট ট্ৰেইনী নিযুক্তি পৰীক্ষাৰ আযোজন কৰিছে।
পদৰ নামঃ প্ৰবেচনাৰী বিষয়া/মেনেজমেণ্ট ট্ৰেইনী।
খালী পদৰ সংখ্যাঃ ৪,১৩৫টা।
শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্বিদ্যালয়ৰ অধীনত যিকোনো শাখাত স্নাতক ডিগ্ৰী। অনলাইন আবেদন পত্ৰ পূৰণৰ সময়ত বৈধ প্ৰমাণপত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব।
প্ৰাৰ্থীসকলে ২০-১০-২০২১ ৰ পৰা ১০-১১-২০২১লৈ https://www.ibps.in-ৰ পৰা আবেদন জনাব পাৰিব।
আবেদনৰ মাচুলঃ এছ চি /এছ টি/শাৰীৰিকভাবে অক্ষমৰ ক্ষেত্ৰত ১৫০টকা। আনসকলৰ ক্ষেত্ৰত ৮৫০ টকা।
নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-১১-২০২১।
দৰমহাঃ আই বি পি এছৰ নিয়ম অনুসৰি।
প্ৰাৰ্থা বাছনি প্ৰক্ৰিয়াঃ
১) প্ৰাৰম্ভিক পৰীক্ষা।
২) মূল পৰীক্ষা আৰু
৩) সাক্ষাতকাৰ।
আৰু চাব পাৰেঃ এনআইটি শিলচৰত প্ৰকল্প সহায়কৰ পদখালী
Next Story