আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন

এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হল।
আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন

আই বি পি এছে প্ৰবেচনাৰী বিষয়া/মেনেজমেণ্ট ট্ৰেইনী নিযুক্তি পৰীক্ষাৰ আযোজন কৰিছে। 

পদৰ নামঃ প্ৰবেচনাৰী বিষয়া/মেনেজমেণ্ট ট্ৰেইনী। 

খালী পদৰ সংখ্যাঃ ৪,১৩৫টা। 

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্বিদ্যালয়ৰ অধীনত যিকোনো শাখাত স্নাতক ডিগ্ৰী।  অনলাইন আবেদন পত্ৰ পূৰণৰ সময়ত বৈধ প্ৰমাণপত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব। 

প্ৰাৰ্থীসকলে ২০-১০-২০২১ ৰ পৰা ১০-১১-২০২১লৈ https://www.ibps.in-ৰ পৰা আবেদন জনাব পাৰিব। 

আবেদনৰ মাচুলঃ  এছ চি /এছ টি/শাৰীৰিকভাবে অক্ষমৰ ক্ষেত্ৰত ১৫০টকা। আনসকলৰ ক্ষেত্ৰত ৮৫০ টকা। 

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-১১-২০২১। 

দৰমহাঃ আই বি পি এছৰ নিয়ম অনুসৰি। 

প্ৰাৰ্থা বাছনি প্ৰক্ৰিয়াঃ 

১) প্ৰাৰম্ভিক  পৰীক্ষা। 

২) মূল পৰীক্ষা আৰু 

৩) সাক্ষাতকাৰ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com