Begin typing your search above and press return to search.

আই বি পি এছৰ ক্লাক নিযুক্তি পৰীক্ষা

আই বি পি এছে ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন কৰিছে

আই বি পি এছৰ ক্লাক নিযুক্তি পৰীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2020 1:01 PM GMT

পদৰ নামঃ CRP Clerks-X।

খালী পদৰ সংখ্যাঃ ২,৫৫৭টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

বয়সৰ সীমাঃ সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ২৮ বছৰ।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক। অনলাইন আবেদন জমা দিয়াৰ সময়ত স্নাতকৰ মাৰ্কশ্বিট বা প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব। কম্পিউটাৰৰ জ্ঞান থকাটো বাধ্যতামূলক। সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰী ভাষাৰ জ্ঞান থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৯-২০২০।

আবেদনৰ মাচুলঃ এছ চি-এছ টি-শাৰীৰিকবাবে অক্ষম আৰু প্ৰাক্তন সৈনিকৰ বাবে ১৭৫টকা। অন্যান্যসকলৰ বাবে ৮৫০টকা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Next Story
চাকৰি