Begin typing your search above and press return to search.

৩,৬২৪টা পদৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছ’নেল ছিলেকচন ব’ৰ্ডে কাৰ্যালয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

৩,৬২৪টা পদৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2020 11:03 AM GMT

পদৰ নামঃ কাৰ্যালয় সহায়ক।

বয়সৰ সীমাঃ ১৮ৰ পৰা ২৮বছৰ। ইয়াৰ অৰ্থ হৈছে প্ৰাৰ্থীৰ জন্ম ১৯৯২ৰ ০২ জুলাইৰ পূৰ্বে আৰু ২০০২ৰ ০১ৰ জুলাইৰ পাছত হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.ibps.in/wp-content/uploads/AdvtCRPRRB_IX.pdf চাওক।

Next Story
চাকৰি