Begin typing your search above and press return to search.
বিষয়া নিযুক্তিৰ বাবে আই বি পি এছৰ আবেদন আহ্বান
বিভিন্ন বেংকৰ বিষয়া-স্কেল-১ নিযুক্তিৰ বাবে আই বি পি এছে আবেদন আহ্বান কৰিছে।

খালী পদৰ সংখ্যাঃ ৩,৮০০টা।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
বয়সৰ সীমাঃ ১৮ৰ পৰা ৩৮বছৰৰ ভিতৰত। প্ৰাৰ্থীৰ জন্ম ০৩-০৭-১৯৯০ৰ পূ্ৰ্বে আৰু ৩০-০৬-২০২০ৰ পাছত হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৭-২০২০।
সবিশেষ জানিবলৈ https://ibpsonline.ibps.in/rrb9as1jun20/ চাব পাৰে।
Next Story