Begin typing your search above and press return to search.

আই বি পি এছৰ বিষয়া-সহায়ক নিযুক্তি পৰীক্ষা

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছ'নেল ছিলেকচন (আইবিপিএছ)-এ বিষয়া আৰু সহায়ক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে।

আই বি পি এছৰ বিষয়া-সহায়ক নিযুক্তি পৰীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2021 12:45 PM GMT

পদসমূহঃ

কাৰ্যালয় সহায়ক(মাল্টিপাৰ্পোজ), খালী পদৰ সংখ্যাঃ ৫,৩০৫টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। কম্পিউটাৰৰ কৰ্ম-জ্ঞান থাকিব লাগিব।

সহকাৰী প্ৰৱন্ধক(বিষয়া, স্কেল-১)

খালী পদৰ সংখ্যাঃ ৪,১১৮টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। অৱশ্যে কৃষি, উদ্যানশস্য, বনানীকৰণ, পশুপালন, পশু চিকিত্সা বিজ্ঞান, কৃষি অভিযন্তন, মীনকৰ্ষণ, আই চি, মেনেজমেণ্ট আদিৰ ডিগ্ৰীধাৰীয়ে অগ্ৰাধিকাৰ পাব।

প্ৰৱন্ধক(বিষয়া স্কেল-২, সাধাৰণ বেংকিং বিষয়া)

খালী পদৰ সংখ্যাঃ ৯০৬টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাত ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী। অৱশ্যে কৃষি, উদ্যানশস্য, বনানীকৰণ, পশুপালন, পশু চিকিত্সা বিজ্ঞান, কৃষি অভিযন্তন, মীনকৰ্ষণ, আই চি, মেনেজমেণ্ট আদিৰ ডিগ্ৰীধাৰীয়ে অগ্ৰাধিকাৰ পাব। বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানত কাম কৰাৰ ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৬-২০২১।

আবেদন দাখিলৰ প্ৰক্ৰিয়াঃ IBPS-ৰ অফিচিয়েল ৱেবছাইটৰ ibps.inত ০৮-০৬-২০২১ৰ পৰা ২৮-০৬-২০২১লৈ অনলাইন আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি