Begin typing your search above and press return to search.

স্পেচিয়েলিষ্ট বিষয়া নিযুক্তিৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত পাব।

স্পেচিয়েলিষ্ট বিষয়া নিযুক্তিৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2021 11:03 AM GMT

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছ'নেল ছিলেকচন ( আই বি পি এছ) হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ বেংক কৰ্মচাৰী নিযুক্তি সংস্থা। আ ই বি পি এছে প্ৰাক-স্নাতক, স্নাতক আৰু স্নাতকোত্তৰ আদি ডিগ্ৰীধাৰী বেংক কৰ্মচাৰী বাছনি কৰে।

শেহতীয়াভাবে আই বি পি এছে স্পেচিয়েলিষ্ট বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ খালী পদৰ সংখ্যা ১৮২৮ টা।


এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত পাব।

পদসমূহঃ

আই টি বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ২২০টা।

কৃষি ক্ষেত্ৰ বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৮৮৪টা।

ৰাজভাষা অধিকাৰী (স্েকল-১), খালী পদৰ সংখ্যাঃ ৮৪টা।

আইন বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৪৪টা।

এইচ আৰ বা কৰ্মচাৰী বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৬১টা।

বিপণন বিষয়া (স্কেল-১), খালী পদৰ সংখ্যাঃ ৫৩৫টা।


বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ৩০ ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ, এছ চি- এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

আবেদনৰ মাচুলঃ

# এছ চি/এছ টি/পি বি ডব্লিউ ডিঃ ১৭৫ টকা/– (জি এছ টিকে ধৰি)

# অন্যান্য ৮৫০ টকা (জি এছ টিকে ধৰি)

#পৰিশোধৰ পদ্ধতি: ইনলাইন।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি