ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত ক্ষেত্ৰ কৰ্মী নিযুক্তি

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান( আই এ আৰ আই)-ত ক্ষেত্ৰ কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত ক্ষেত্ৰ কৰ্মী নিযুক্তি
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকাৰ লগতে ২৪ শতাংশ ঘৰ ভাড়া।

বয়সৰ সীমাঃ ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ ন্যূনতম স্নাতক ডিগ্ৰী। বিজ্ঞান আৰু প্ৰযু্ক্তি বিভাগৰ কাৰ্যালয় মেমোৰেণ্ডাম নম্বৰ. SR/S9/Z05/2019, তাৰিখ ২১-০৮-২০১৯ অনুসৰি। কৃষি ক্ষেত্ৰ পৰিচনা আৰু পৰীক্ষাগাৰৰ কামৰ অভিজ্ঞতা বিচৰা হব পাৰে।

আগ্ৰহী প্ৰাৰ্থীয়ে প্ৰয়োজনীয় প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত কপিসহ বায়োডাটা application.gql@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।বাছনিকৃত প্ৰাৰ্থীক ই-মেইলেৰে সাক্ষাতকাৰলৈ মতা হব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৭-২০২১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com