Begin typing your search above and press return to search.

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ইম্ফলত ছিনিয়ৰ ৰিচাৰ্ছ ফেলোৰ খালী পদ

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ইম্ফলত ছিনিয়ৰ ৰিচাৰ্ছ ফেলোৰ খালী পদ

RaktimBy : Raktim

  |  28 Aug 2021 5:54 AM GMT

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ইম্ফলত ছিনিয়ৰ ৰিচাৰ্ছ ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ছিনিয়ৰ ৰিচাৰ্ছ ফেলো ।

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : ৩১,০০০টকা (মাহিলী)।

নিযুক্তিৰ স্থান : ইম্ফল, মণিপুৰ

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৮/২০২১

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব । লগতে বিশেষ বিষয় হিচাপে উদ্ভিদ জৈৱ প্ৰযুক্তি/ আণৱিক উদ্ভিদ প্ৰজনন/ আনুবংশিক বিজ্ঞান থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে মেইল যোগে ৩০ আগষ্ট ২০২১ তাৰিখে, বিয়লি ৫ বজাৰ আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

মেইল : nasfrcm7@gmail.com

বাছনি কৰা প্ৰাৰ্থীক ২ চেপ্টেম্বৰৰ পুৱা ১০:৩০বজাৰ পৰা আৰম্ভ হ'বলগীয়া অনলাইন সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

Next Story
চাকৰি