Begin typing your search above and press return to search.
আইচিএআৰ (ICAR)ৰ গৱেষণা কমপ্লেক্সত যুৱ পেছাদাৰীৰ পদখালী
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

উত্তৰ-পূব পাহাৰীয়া (NEH) অঞ্চলৰ বাবে আইচিএআৰ গৱেষণা কমপ্লেক্সে শেহতীয়াকৈ এজন যুৱ পেছাদাৰী খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী বিচাৰিছে।
পদৰ নাম- যুৱ পেছাদাৰী ।
খালী পদ-২টা ।
অৱস্থান গেংটক, ছিকিম ।
দৰমহা - ২৫,০০০/- টকা মাহিলী ।
আবেদনৰ অন্তিম তাৰিখ- ০১/১০/২০২১
বয়স-৩৫ বছৰ ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা M.Sc, স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীয়ে ০১ অক্টোবৰ ২০২১ তাৰিখে অধিসূচনাত নিৰ্ধাৰিত ঠিকনাত তলৰ ঠিকনাত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে (চৰকাৰী অধিসূচনাত উল্লেখ কৰা অনুসৰি) ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব ।
Next Story